Home  /  Quran  /  Surah
Loading...
بِسْمِ ٱللَّهِ ٱلرَّحْمَـٰنِ ٱلرَّحِيمِ

Surah An-Nas

Surah An-Nas (Mankind) is Surah 114 of the Holy Quran, a Meccan Surah with 6 verses, available here in Assamese.

Surah 114 Meccan 6 verses Assamese

Verse 114:1

قُلْ اَعُوْذُ بِرَبِّ النَّاسِ ۟ۙ

Q̣ul ʹaʻooẓu bi-Rabbin NAAS,

কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ

Verse 114:2

مَلِكِ النَّاسِ ۟ۙ

Malikin Naas,

মানুহৰ অধিপতিৰ,

Verse 114:3

اِلٰهِ النَّاسِ ۟ۙ

ʹIlaahin Naas,

মানুহৰ ইলাহৰ ওচৰত,

Verse 114:4

مِنْ شَرِّ الْوَسْوَاسِ ۙ۬ الْخَنَّاسِ ۟

Miñ sharril Waswaasil khan-Naas,

আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা,

Verse 114:5

الَّذِیْ یُوَسْوِسُ فِیْ صُدُوْرِ النَّاسِ ۟ۙ

ʹAllaẓee yuwaswisu fee ṣudoorin Naas,

যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে,

Verse 114:6

مِنَ الْجِنَّةِ وَالنَّاسِ ۟۠

Minal Jinnati wan-Naaṣ

জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।