-
1
إِنَّآ أَعْطَيْنَـٰكَ ٱلْكَوْثَرَ
ʹInnaaa ʹaʻṭaynaakal kaws̤ar.
নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ।
-
2
فَصَلِّ لِرَبِّكَ وَٱنْحَرْ
Faṣalli li-Rabbika wanḥar.
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কুৰবানী কৰা।
-
3
إِنَّ شَانِئَكَ هُوَ ٱلْأَبْتَرُ
ʹInna shaaniʹaka huwal ʹabtar.
নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণ কৰা ব্যক্তিয়েই হৈছে নিৰ্বংশ।